July 25, 2026 9:28 PM

views 8

বানৰ পাছত ৰাজ্যত কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ কৃষি আন্তঃগাথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা

বানৰ পাছত ৰাজ্যত কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ ৮৯৩ গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় এহেজাৰ ১৮১ কোটি ১৩ লাখ টকাৰ ঋণৰ সুবিধা দিয়া হৈছে।  আজি গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে।  এই অনুষ্ঠানত কৃষি মন্ত্রী পীযূষ হাজৰ...