June 17, 2026 8:40 PM

views 15

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।  এই বৈঠকত কোনো ধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুই তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব।  পৰীক্ষা কেন্দ্ৰসমূহ...