August 2, 2026 12:01 PM

views 16

বীমা কোম্পানীসমূহৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে একোজনকৈ ন'ডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে ২৪ ঘণ্টাই খোলা থকা হেল্প লাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ সহায়ত দাবী নিষ্পত্তি কৰিব পাৰিব।  একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চায়েই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্রস্ত লোকসকলৰ বীমাৰ ...