August 7, 2026 6:53 PM
5
যোৰহাট সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্রতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয়ক্ষতিৰ দ্রুত সমীক্ষা আৰু দুর্যোগ মূল্যায়ণৰ বাবে প্ৰস্তুত কৰা ম'বাইল এপ্লিকেছন সম্পর্কীয় প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কার্যসূচীত বান ক্ষতিগ্রস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক ম'বাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ দ্রুত আৰু বিজ্ঞানসন্মত মূল্যায়ণৰ বিষয়ে প্রশিক্ষণ প্রদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্রদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া...