November 2, 2026 10:58 AM

views 6

মুখ্যমন্ত্ৰীৰ দুবছৰীয়া ফেল’শ্বিপৰ বাবে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ আবেদন আহ্বান

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে মুখ্যমন্ত্ৰীৰ দুবছৰীয়া ফেল'শ্বিপৰ বাবে আবেদনৰ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান সমিতিৰ দ্বাৰা প্ৰৱৰ্তন কৰা এই ফেল'শ্বিপ কাৰ্যসূচীৰ প্ৰথম বৰ্ষৰ বাবে ৬ লাখ টকাৰ পাৰিতোষিক আগবঢ়োৱা হ'ব। জনসেৱা আৰু কাৰ্যসূচী পৰিচালনাৰ প্ৰতি আগ্ৰহ থকা আৰু স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা এম বি এ বা সমপৰ্যায়ৰ ডিগ্রী, অথবা সমাজবিজ্ঞান, ৰাজহুৱা নীতি বা উন্নয়ন অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্রী থকা যুৱক-যুৱতীয়ে এই ফেল'শ্বিপৰ বাবে আবেদন কৰি...