January 22, 2026 6:54 PM

views 34

বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি স্বাস্থ্য আৰু স্বাস্থ্য সেৱা সম্পর্কীয় গুৰুত্বপূর্ণ বৈঠকত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনৰ চতুর্থ দিনা স্বাস্থ্য আৰু স্বাস্থ্য সেৱা সম্পর্কীয় গুৰুত্বপূর্ণ বৈঠকত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক গোলকীয় মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্যে ৫ খন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু বিনিয়োগকাৰী সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বিশ্বৰ ভালেকেইটা কোম্পানীয়ে অসমৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। বিশ্বৰ বিভিন্ন কোম্পানীয়ে ৰাজ্যখনত প্রায় এক লাখ কোটি টকাৰ ব...

January 21, 2026 12:43 PM

views 33

বর্ল্ড ইক’ন’মিক ফ’ৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ

 ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত বর্ল্ড ইক'ন'মিক ফ'ৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ কৰে। ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ লগতে তেওঁ গোলকীয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকতো অংশ লয়। এই বৈঠকত ছিনপছিছ, কোৱালকম, এনালগ ডিভাইচেছ, থার্ম' ফিচাৰ, হনিৱেল আৰু হেংকেল আদি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে ৬০ শৰ্মাই মত বিনিময় কৰে। এই প্রতিষ্ঠানসমূহে নিজ নিজ কর্মক্ষেত্রত উৎকৃষ্টতা...