November 16, 2026 10:31 AM

views 4

ৰাজ্যত সংঘটিত পথ দুর্ঘটনা প্রতিৰোধ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নির্দেশনা জাৰি

ৰাজ্যত সঘনে সংঘটিত পথ দুর্ঘটনা প্রতিৰোধ কৰি পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও নির্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্রীয়ে এই নির্দেশনা জাৰি কৰে। বৈঠকত জিলাসমূহৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা পৰিবহণ বিষয়া আৰু আবকাৰী অধীক্ষকসকল উপস্থিত থাকে। মুখ্যমন্ত্রীয়ে সুৰাপান কৰি গাড়ী চলোৱা আৰু নিৰ্ধাৰিত গতি সীমা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ নিৰ্দেশ দিছে। তদুপৰি বাহনসমূহত গতি...