August 10, 2026 8:16 PM

views 26

খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিতৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।  কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বর্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কার্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তাচৰ্চা কৰা বুলি জানিবলৈ দিয়ে। যোৰহা...