August 14, 2026 7:54 PM

views 29

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। গৃহ বিভাগে প্ৰকাশ কৰা এখন জাননীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ কেইবাগৰাকীও প্রশাসনিক তথা আৰক্ষী বিষয়া, অগ্নিনির্বাপক বাহিনীৰ জোৱান আৰু কাৰাগাৰৰ কৰ্মচাৰীক এই গুৰুত্বপূৰ্ণ পদকসমূহ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰে মুঠ ৩৩গৰাকী বিষয়া-কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সংকটকালীন বিশেষ সেৱা পদক আৰু ৩৬গৰাকীক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ শ...