September 17, 2026 5:20 PM

views 1

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ৰ আর্থিক সাহায্য বিতৰণ

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আর্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই অভিযানৰ অধীনত মুঠ ৮২ হাজাৰ ২১৯ গৰাকী যুৱ উদ্যোগীৰ মাজত ২৭৮ কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। ড০ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে। মুখ্যমন্ত্রীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্...