June 29, 2026 12:13 PM
3
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণকাৰ্য-ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণকাৰ্য আৰু ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৪ হাজাৰ কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত ৭ মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। চিকিৎসালয়খনত প্ৰায় ৫ হাজাৰ ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰা যাব। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক ...