August 18, 2026 8:15 PM

views 16

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য চিন্তন শিবিৰ

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি স্বাস্থ্য চিন্তন শিবিৰ অনুষ্ঠিত হয়। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আয়োজিত এই শিবিৰত স্বাস্থ্যমন্ত্রী অশোক সিংহল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। চৰকাৰৰ বিশেষজ্ঞ পদসমূহৰ পূৰণৰ বাবে পর্যাপ্ত পুঁজি আছে যদিও চৰকাৰী খণ্ডত কাম কৰিব বিচৰা চিকিৎসকৰ অভাৱত এইক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে বুলি স্বাস্থ্যম...