June 10, 2026 6:36 PM

views 18

বাক্সাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে চৰণ বড়োৰ আলোচনা

বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বড়োৱে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য আগাষ্টুচ টিা, বেগম আখতাৰা আহমেদ, জিলা আয়ুক্ত কিমনে ছেংচান, অতিৰিক্ত আয়ুক্তকে ধৰি ৰাজনৈতিক নেতা আৰু জিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনত সঘনাই অব্যাহত থকা হাতী-মানুহৰ সংঘাত বানপানী ...