January 9, 2026 12:55 PM

views 71

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ আৰম্ভ হৈছে। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পুৱা মহোৎসৱৰ মুখ্য তোৰণ উদঘাটন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাজ্যিক পুৰাত্তত্ব বিভাগৰ সঞ্চালিকা ড° দীপিৰেখা কুলীয়ে মহোৎসৱৰ গ্ৰন্থ, বস্ত্ৰ আৰু কৃষিমেলা উদ্বোধন কৰিব। ইয়াৰ পাছতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন...

January 11, 2025 8:10 PM

views 52

৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত ৩ দিনীয়া চৰাইদেউ মহোৎসৱৰ আজি সামৰণি

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰত যোৱা ৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত তিনিদিনীয়া চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰে। আজি পুৱা উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰা এই শোভাযাত্রাত ৫০ টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অন্তিমখন মুকলি সভা অনুষ্ঠিত হয়। আজিৰ অন্তিম মুকলি অধিৱেশনত ম্যানমাৰৰ ৰাষ্ট্রদূত ঝাও অ’, তেওঁৰ পত্নী প’ৱিণ্ট নেও ৱা...

January 6, 2025 12:35 PM

views 96

চৰাইদেউ মৈদামত ৯ জানুৱাৰীৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ

বিশ্ব সাংস্কৃতিক ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰত লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি, চৰাইদেউবাসী আৰু অসম চৰকাৰৰ সহযোগত অহা ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৫ উদযাপন কৰা হ'ব। ৯ জানুৱাৰীৰ পুৱা চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ মুকলি কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰিব। দিনৰ ১০ বজাত ধৰ্মীয় পৰম্পৰাগত নীতিৰে টাই ম’লুংসকলৰ দ্বাৰা বান-ফি আৰম্ভ কৰা হ'ব। মহোৎসৱত গ্ৰন্থ-বস্ত্ৰমেলা, কৃষিমেলাৰ লগতে ভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লোককৃষ্টি গৱেষণা আৰু উন্নয়ন সম...