October 23, 2026 12:43 PM

views 5

এছ এছ বিৰ ২৪ নম্বৰ বাহিনীৰ উদ্যোগত আয়োজিত বিনামূলীয়া ইলেক্‌ট্ৰচিয়ান প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীসকলক কাৰিকৰী শিক্ষাৰে দক্ষ কৰি আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে সশস্ত্র সীমাবল চমুকৈ এছ এছ বিৰ ২৪ নম্বৰ বাহিনীৰ উদ্যোগত আয়োজিত বিনামূলীয়া ইলেক্‌ট্ৰচিয়ান প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত বাহিনীটোৰ কমাণ্ডেণ্ট এইচ কে গুপ্তাৰ নিৰ্দেশনাত আয়োজিত এই প্ৰশিক্ষণত অঞ্চলটোৰ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। তামুলপুৰ পাৰ্কত অনুষ্ঠিত এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত বৈদ্যুতিক সঁজুলি স্থাপন, বৈদ্যুতিক তাঁৰ সংযোগ আৰু মেৰামতিৰ ব...