July 28, 2026 7:55 PM

views 1

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সঁজাতী দলৰ বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব (দুর্যোগ ব্যৱস্থাপনা) এম. ৰামচন্দ্ৰডুৰ নেতৃত্বত অহা আন্তঃমন্ত্রণালয় কেন্দ্ৰীয় দলটোৱে আজি যোৰহাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে৷ দলটোৱে প্ৰথমে টীয়ক ৰাজহ চক্ৰৰ অধীনস্থ বনাই জগদুৱাৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত পথ সমূহ আৰু ধনতোলা অঞ্চলৰ জাঁজী নদীৰ মথাউৰিৰ ছিগা অংশসমূহ পৰিদৰ্শন কৰি শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়।  ইয়াৰ পাছতে জিলাখনৰ যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ দ-গায়ন গাঁৱৰ লগতে শ'লমৰাকে ধৰি কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ খহনীয়া আৰু ক্ষতিগ্ৰ...