November 7, 2026 11:36 AM
3
২০২৭ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী ঘোষণা
কেন্দ্রীয় মাধ্যমিক শিক্ষা বোর্ড চি বি এছ ইয়ে ২০২৭ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। অহা বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা দুয়োটা শ্ৰেণীৰে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব আৰু দশম শ্ৰেণীৰ পৰীক্ষা ১ মাৰ্চত সামৰণি পৰাৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৯ এপ্ৰিলত সামৰণি পৰিব। জাননী অনুযায়ী বোর্ডে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৮৩ টা বিষয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১২১ টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব। বোর্ডে জনোৱা অনুসৰি পৰীক্ষাৰ এই সূচী যথেষ্ট সাবধানে তৈয়াৰ কৰা হৈছে যাতে ছাত্র-ছাত্...