May 13, 2025 12:52 PM

views 33

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিছে। এই বছৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৮ দশমিক ৩-৯ শতাংশ। এইবাৰৰ পৰীক্ষাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১ শতাংশ। এয়া ছাত্ৰৰ উত্তীৰ্ণৰ হাৰৰ তুলনাত ৫ দশমিক ৯-৪ শতাংশ অধিক ।

February 18, 2025 11:59 AM

views 31

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে। একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগ সমূহ ভিত্তিহীন আৰু ইয়াৰ উদ্দেশ্য পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলৰ মনত ভয় আৰু উৎকণ্ঠা সৃষ্টিৰ উদ্দেশ্যেৰে এইধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰা হৈছে বুলি পৰিষদে মন্তব্য কৰে। পৰিষদৰ বিষয়ববীয়াই পৰীক্ষাৰ সৈতে জড়িত সকলো ব্যৱস্থাৰ অহৰহ পৰ...

November 21, 2024 12:12 PM

views 31

অহা বছৰ ১৫ ফেব্ৰুৱাৰীত CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাসমূহ অহা বছৰ ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। দশম শ্ৰেণীৰ পৰীক্ষা ১৮ মাৰ্চত আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৪ এপ্ৰিলত সামৰণি পৰিব।