December 16, 2024 8:19 PM

views 25

অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত চিবিআইৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫খন অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫ খন অভিযোগনামা দাখিল কৰিছে। ১৬ গৰাকী ব্যক্তি আৰু দুটা সংস্থাকে ধৰি মুঠ ১৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰ আগেয়ে দিল্লী চি বি আইয়েও এই গোচৰ সংক্ৰান্তত চাৰিখন অভিযোগনামা দাখিল কৰিছিল। অসম চৰকাৰৰ অনুৰোধ মৰ্মে চি বি আইয়ে যোৱা ২২ অক্টোবৰত তিনিগৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। বিত্তীয় কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ ৩ মাহৰ ভিতৰত এই লোককেইজনৰ...