November 8, 2026 12:05 PM
5
অসমত ২০২৬ বর্ষত ৫১,৭০০ৰো অধিক নতুন প্রাপ্তবয়স্ক কৰ্কট ৰোগী চিনাক্ত হোৱাৰ আশংকা
অসমত অকল ২০২৬ বৰ্ষতে ৫১,৭০০ৰো অধিক নতুন প্রাপ্তবয়স্ক কৰ্কট ৰোগী চিনাক্ত হোৱাৰ আশংকা আছে। ইয়াৰে ভিতৰত ২৮,১৪১ গৰাকী পুৰুষ আৰু ২৩,৫৯৩ গৰাকী মহিলা। ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে কালি ড° বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্রতিষ্ঠানটোৰ জ্যেষ্ঠ কৰ্কট ৰোগ বিশেষজ্ঞসকলে এইকথা সদৰি কৰে। বিশেষজ্ঞসকলে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে আগতীয়া চিনাক্তকৰণ, জীৱন শৈলীৰ পৰিৱৰ্তন আৰু সুষম চিকিৎসা সেৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্রতিষ্ঠানটোৰ উপ সঞ্চালক ...