July 15, 2025 11:37 AM

views 66

কানাডাৰ ট’ৰণ্ট’ চহৰত উলিওৱা ৰথ যাত্ৰাত দুষ্কৃতিকাৰীৰ ব্যাঘাতক ভাৰতৰ তীব্ৰ গৰিহণা

কানাডাৰ ট’ৰণ্ট' চহৰত উলিওৱা ৰথ যাত্ৰাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মোৱা কাৰ্যৰ বিৰুদ্ধে ভাৰতে তীব্ৰভাৱে গৰিহণা দিছে। এই ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিবলৈ ভাৰতে কানাডাৰ কৰ্তৃপক্ষক আহ্বান জনাইছে। সাংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে এই ঘটনা সন্দৰ্ভত কয়, যে ৰথ যাত্ৰাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মোৱাৰ বিষয়ে আমি অৱগত হৈছো। তেওঁ কয়, যে এই কাৰ্য অতি ঘৃণনীয় আৰু একতা, সম্প্রীতি তথা উৎসৱৰ বিৰোধী। শ্ৰী...

April 21, 2025 3:59 PM

views 53

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা ব্রাতাত শ্রী আয়ই ব্ৰিটিছ কলম্বিয়াৰ লক্ষ্মী নাৰায়ণ মন্দিৰত খালিস্তানপন্থীয়ে চলোৱা এটা আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰি কানাডাত খালিস্তানী সন্ত্ৰাসবাদৰ প্ৰভাৱ বৃদ্ধিৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে। এই সন্ত্ৰাসবাদী শক্তিবোৰ ক্ৰমান্বয়ে অধিক সংগঠিত হৈ হিন্দুৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলো...

April 5, 2025 7:47 PM

views 46

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত

কানাডাৰ ৰকলেণ্ড অঞ্চলত চুৰিকাঘাতত এগৰাকী ভাৰতীয় নাগৰিক নিহত হোৱা বুলি অট্টাৱাত থকা ভাৰতীয় উচ্চায়ুক্তই নিশ্চিত কৰিছে। সামাজিক মাধ্যমত ঘটনাটো সন্দৰ্ভত দুখ প্ৰকাশ কৰি আয়োগে আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰা বুলি সদৰি কৰিছে। নিহত লোকজনৰ পৰিয়াললৈ সম্ভাব্য সকলো সাহার্য আগবঢ়োৱাৰ বাবে আয়োগে এটা স্থানীয় সামূহিক সংস্থাৰ সৈতে যোগাযোগ ৰখা বুলিও জানিব পৰা গৈছে।

November 5, 2024 2:15 PM

views 50

কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা চিন্তাজনকঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক চিন্তাজনক বুলি অভিহিত কৰিছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰঙৰ সৈতে আজি পুৱা কেনবেৰাত যুটীয়া সংবাদমেলক সম্বোধন কৰি ড° জয়শংকৰে কানাডাত সন্ত্ৰাসবাদী শক্তিসমূহক ৰাজনৈতিক শৰণ দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে কানাডাত কোনোধৰণৰ বিশেষ তথ্য অবিহনে অভিযোগ উত্থাপন কৰাৰ অভ্যাসত পৰিণত হৈছে। কানাডাত ভাৰতীয় কূটনীতিবিদসকলৰ ওপৰত নজৰ ৰখাৰ ঘটনা গ্রহণযোগ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কেনবেৰাত হিন্দু মন্দিৰৰ ওপৰত হো...