June 14, 2026 6:49 PM

views 29

আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্রশাসনৰ বিশেষ উদ্যোগ গ্রহণ

আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্রশাসনে বিশেষ উদ্যোগ গ্রহণ কৰিছে। আনাৰস খেতিয়কসকলৰ বাবে বজাৰৰ উন্নত সুবিধা নিশ্চিত কৰাৰ লগতে খেতি ছপোৱাৰ পিছৰ লোকচান হ্রাস কৰাৰ উদ্দেশ্যে প্রশাসনে আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি আৰু শীতলীকৰণৰ সুবিধা সুলভ কৰি তোলাৰ ব্যৱস্থা লৈছে। জিলা আয়ুক্ত কার্যালয়ত হোৱা এই সম্বন্ধীয় বৈঠকত জিলা আয়ুক্ত আয়ুষ গার্গ, জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায় আৰু অতিৰিক্ত জিলা আযুক্ত তথা লক্ষ্মীপুৰৰ সহঃজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি পাঠকৰ লগতে মাৰ সম্প্ৰদায়ৰ আনাৰস খ...

January 4, 2026 9:21 PM

views 238

কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগৰ গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান

নৱবৰ্ষৰ আৰম্ভণিতে কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগে গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান কৰি আশা ব্যঞ্জক অধ্যায়ৰ আৰম্ভ কৰিছে। কৃষিভিত্তিক উদ্ভাৱন, দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ লগতে পৰিৱেশ অনুকূল উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ ব্লকক এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই স্বীকৃতিৰ অধীনত জিলা কাৰ্যসূচী আৰু ব্লক কাৰ্যসূচীৰ যোগেদি লক্ষীপুৰ জিৰো ৱেষ্ট আনাৰস উদ্ভাৱণ প্ৰকল্পৰ বাবে ১ কোটি ৬৪ লাখ টকা আৱণ্টন দিয়া হৈছে। ইয়াৰ লগতে লক্ষীপুৰ ব্লকত এবছৰ ৩ মাহৰ বাবে আধুনিক জিৰো ৱে...