September 9, 2026 8:26 PM
1
বহু-তৰপীয়া তিনিটা ৰে’লৱে প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন
কেন্দ্রীয় মন্ত্রীসভাই ১০,৭০০ কোটি টকাৰো অধিক ব্যয়ৰ বহু-তৰপীয়া তিনিটা ৰে'লৱে আঁচনিত অনুমোদন জনাইছে। নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে এই আঁচনিয়ে দেশৰ পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা, মধ্য প্রদেশ আৰু ছত্তিশগড়ৰ ১৪খন জিলাক সামৰি ল'ব। এই আঁচনিৰ অধীনত ৰেলৱেৰ নেটৱৰ্ক আৰু ৬৫৬ কিলোমিটাৰলৈ বৃদ্ধি কৰিব। শ্রীবৈষ্ণরে কয় যে এই প্রকল্পকেইটা খড়গপুৰৰ পৰা ঝাৰছুগুডালৈ চাৰিটা লাইন, কাটনিৰ পৰা পেন্দ্ৰা ৰোডলৈ চাৰিটা লাইন আৰু বিলাসপুৰৰ পৰা পেন্দ্ৰা ৰোডলৈ তিনিটা ৰে'ল লাইন বহুওৱা হ'ব। এই ৰে'লপ...