June 28, 2026 7:04 PM

views 16

ভাৰতে স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ যোগেদি আজি দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে বর্তমান দেশত এনেধৰণৰ আৰু ৪০ খন বিমান নিৰ্মাণ কৰি থকা হৈছে। তেওঁ কয়, যে ইয়াৰ ফলত অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ তথা বিমানাকাশ ক্ষেত্রই গতি লাভ কৰাৰ লগতে কর্মসংস্থাপন সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলি...