July 10, 2026 10:49 AM

views 9

বিধানসভাত ২০২৬-২৭ বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট দাখিল

বিও মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বর্ষৰ পূর্ণাংগ বাজেট দাখিল কৰিব। বাজেটত ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কার্যকালৰ পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্রতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্রাক্-বাজেট আলোচনাত বিজেপিৰ সংকল্পপত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ অটল, অবিচল, অগ্রগামী অসমৰ লক্ষ্যৰে এইবাৰৰ বাজেটত প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বাজেটত উন্নয়নমূ...