November 9, 2026 12:25 PM
17
বিভিন্ন সীমান্তত নিয়োজিত হৈ থকা সীমা প্ৰহৰীৰ মাজত মিঠাই বিতৰণ
সীমান্ত নিৰাপত্তা বাহিনী- বি এছ এফে ভাৰত-বাংলাদেশ আন্তঃৰাষ্টীয় সীমান্তকে ধৰি বিভিন্ন সীমান্তত নিয়োজিত হৈ থকা সীমা প্ৰহৰীসকলৰ সৈতে মিঠাই বিতৰণ আৰু একতা তথা ভাতৃত্বৰ বাৰ্তা প্ৰেৰণ কৰি দীপাৱলী উদযাপন কৰে। বি এছ এফৰ এগৰাকী মুখপাত্রই প্রকাশ কৰা মতে বাহিনীটোৰ ত্ৰিপুৰা সীমান্তৰ সঞ্চালক প্রধান প্রিন্সি বাণীয়ে বিভিন্ন স্থানত বাহিনীটোৰ বিষয়া-জোৱানসকলৰ সৈতে এই উদযাপনত অংশগ্ৰহণ কৰে। উদযাপনৰ সময়ত সঞ্চালক প্ৰধানগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সুৰক্ষা প্ৰদান কৰাৰ লগতে সীমান্তৰ সিপাৰৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সী...