August 11, 2026 11:47 AM

views 24

ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত বৃক্ষবন্ধু শীর্ষক কাৰ্যসূচী মুকলি কৰা হ’ব

ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু শীর্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত ক্ষন্তেক পাছতে হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুত্ত উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত ডেৰ কোটি গছপুলি ৰোপনৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যজুৰি ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত ২০ লাখ শিক্...