August 6, 2026 8:06 PM
9
ব্রিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰীকচ ৱেভছ বাজাৰ আৰম্ভ
ব্রিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ৫শৰো অধিক প্রতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অর্থনীতিৰ বাবে প্রধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰীকচ ৱেভছ বাজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী আশীষ ছেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ, অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্রজ্বলনেৰে এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী আশীষ ছেলাৰে কয়, যে আজি ভাৰতে বিশ্ব গুৰু হিচাপে উচিত স্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অর্থনীতিৰ গু...