August 22, 2026 12:47 PM

views 29

ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত জয়পুৰ ঘোষণাপত্র সৰ্বসম্মতিক্রমে গ্রহণ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত কালি জয়পুৰ ঘোষণাপত্র সৰ্বসম্মতিক্রমে গ্রহণ কৰা হয়। এই ঘোষণাপত্রই ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পর্যটন সহযোগিতা শক্তিশালী কৰাৰ পৰিকাঠামো প্ৰদান কৰে। ঘোষণাপত্ৰত পর্যটনত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, বহনক্ষম পর্যটন পদ্ধতি, দক্ষতা বিকাশ আৰু নিৰৱচ্ছিন্ন ভ্ৰমণৰ সুবিধাকে ধৰি সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ৰাজস্থানৰ জয়পুৰত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱাটৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অনুষ্ঠিত হ...