July 10, 2026 10:22 AM

views 15

সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত গৃহমন্ত্রী অমিত শ্বাহৰ ভাষণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতর্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্রকাশ কৰিছে। নতুন দিল্লীত কালি সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রাণবন্ত গাঁও কাৰ্যসূচীৰ অধীনত প্ৰব্ৰজন ৰোধ কৰাৰ লগতে কর্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু চৰকাৰী কল্যাণমূলক আচঁনিৰ ১০০ শতাংশ ৰূপায়ণ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয়, যে চৰকাৰে দেশক অনুপ্ৰৱেশৰ সমস্যাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত কৰাৰ বাবে এটা শক্তিশালী ব্...