January 11, 2026 9:23 PM

views 37

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ সামৰণি

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। আজি অন্তিম দিনা পুৱাৰ ভাগত বিভিন্ন জাতি- জনগোষ্ঠীৰ অংশগ্রহণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বড়ো সাহিত্য সভাৰ উপ সভাপতি গোপীনাথ বৰগয়াৰীয়ে এই শোভাযাত্ৰা মুকলি কৰে। বিয়লিৰ ভাগত সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে উদ্বোধন কৰে। শ্রীমহিলাৰীয়ে নিজৰ ভাষণত বড়ো সাহিত্যিক বিশ্বমুখী কৰাৰ বাবে প্ৰ...