May 19, 2025 8:04 PM

views 71

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত আছে। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা উলিওৱা ত্ৰিৰংগ যাত্ৰাত জিলাখনৰ প্ৰাক্তন সৈনিকসকলৰ লগতে শতাধিক লোকে অংশগ্রহণ কৰে। বৰপেটা জিলাতো আজি নাগৰিক সমাজৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লৈ দেশপ্ৰেমমূলক শ্ল'গান আৰু ধবনি দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বীৰ জোৱানসকলৰ পৰাক্ৰমৰ প্ৰতি কৃতজ্ঞতা জনায়। কোকৰাঝাৰ জিলাতো আজি নাগৰিক সমাজে অপাৰেচন ...

May 13, 2025 8:24 PM

views 70

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত দেশজুৰি আজিৰে পৰা ১১ দিনীয়াকৈ বিজেপিৰ ত্ৰিৰংগা যাত্ৰা

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰে পৰা দেশজুৰি ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। চৰকাৰৰ দৃঢ় নেতৃত্ব আৰু সশস্ত্র বাহিনীৰ বীৰত্বৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে ৷ অসমৰ বিভিন্ন ঠাইত আজি ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূর্তভাৱে শোভাযাত্ৰা উলিয়ায়। অসম প্রদেশ বিজেপিয়ে কাইলৈৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত এই ত্ৰিৰংগা যাত্ৰা উলিয়াব। অহা ২৩ মে’ লৈ হ'বলগীয়া এই অভিযানত সমাজৰ বিশিষ্ট ব্যক্তি, প্ৰাক্তন সেনা আৰু সমাজকৰ...