July 12, 2026 11:53 AM

views 1

জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰা বিষয়টোক বিজেপিৰ সমালোচনা

BJP এ নেশ্যনেল কনফাৰেন্স পার্টীৰ বিধায়ক সকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টোক বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিৱেদিয়ে কৈছে যে, ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দিছে, যিটো অত্যন্ত নিন্দনীয়। শ্রীত্রিৱেদিয়ে এইবুলি অভিযোগ কৰিছে যে, শ্রীআব্দুল্লাই তেওঁৰ চৰকাৰৰ অসমৰ্থতা আৰু অপশাসন ঢাকিবলৈ আৰু এই বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনযোগ আঁতৰাবলৈ এইধৰণৰ যুক্তিহীন অভিযোগ উত্থাপন...

October 30, 2024 8:19 PM

views 41

কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক অৱমাননা আৰু অপমান কৰাৰ প্ৰয়াস চলাই আহিছেঃ বিজেপিৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদী

বিজেপিয়ে কৈছে যে নিৰ্বাচন আয়োগে যিধৰণে কংগ্ৰেছ দলৰ ভিত্তিহীন অভিযোগৰ উত্তৰ দিছে তাৰ পৰা দলটোৱে যে ক্ষমতাৰ লালসাৰ বাবে অবিৰতভাৱে অভিযান চলাই আহিছে সেই কথা স্পষ্ট হৈ পৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কয় যে, কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক অৱমাননা আৰু অপমান কৰাৰ প্ৰয়াস চলাই আহিছে আৰু এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। তেওঁ কয় যে কংগ্ৰেছৰ যে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি অকণো আস্থা নাই সেয়া জলজল পটপট হৈ পৰিছে। কংগ্ৰেছে ভাৰতীয় ব্যৱস্থাক দু...