April 6, 2025 8:11 PM

views 79

ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দলৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক কাৰ্যালয়ত উদযাপন কৰা হয়। এই উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই দলীয় পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত যিসকল ব্যক্তিৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফলত বিজেপি আজিৰ পৰ্যায়ত উপনীত হ'ল, সেইসকল ব্যক্তিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিজেপিৰ অতীত ৰোমন্থন কৰে। তেওঁ কয়, যে...

April 6, 2024 4:45 PM

views 88

ভাৰতীয় জনতা পাৰ্টিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভাৰতীয় জনতা পাৰ্টিৰ আজি ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্রসাদ নাড্ডাই দলীয় নেতা-কর্মীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আজি প্ৰধানমন্ত্রী মোদীয়ে দলৰ উত্তৰণত তেওঁলোকৰ কষ্ট, সংঘাত আৰু ত্যাগৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে এন ডি এৰ এটা প্রধান অংশ হিচাপে দলে গৌৰৱ অনুভৱ কৰে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিক দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হ...