August 21, 2026 7:42 PM

views 16

দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ পৰ্যালোচনা বৈঠক

দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, আই টি আই আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ উদ্যোগীক প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ জ্যেষ্ঠ অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ উপ-নিয়োগ সঞ্চালক, সহকাৰী নিয়োগ সঞ্চালক তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব ড০ ওম প্রকাশে আদৰণি ভাষণ দিয়ে। বৈঠকত এ...