June 30, 2026 6:39 PM

views 6

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আজি বিশ্ব ৰক্তদাতা দিৱস পালন

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত নতুন জিলা চিকিৎসালয়ৰ সভাকক্ষত আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে বিশ্বনাথ জিলাৰ বিশিষ্ট স্বেচ্ছামূলক ৰক্তদাতা ব্যক্তি হিচাপে পাঁচগৰাকী ৰক্তদাতাক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালক ডাঃ যোগেন চন্দ্র বে', পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, জিলা চিকিৎসালয় অধীক্ষক ডাঃ ৰিপন চুতিয়া, মুখ্য চিকিৎসা বিষয়া ডাঃ এলীজা ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থ...

January 16, 2026 12:29 PM

views 36

তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ জিলাৰ মঘাই ওজা বিহুতলীত শ্রীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চাদশ ৰাজ্যিক অধিবেশন

 আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ জিলাৰ মঘাই ওজা বিহুতলীত শ্রীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চাদশ ৰাজ্যিক অধিবেশন আৰম্ভ হৈছে। এই অধিৱেশনৰ বাবে কালি গুৰুআসন প্রতিষ্ঠা কৰা হয়। অধিবেশনত প্রতিদিনেই ২২ হাজাৰ ভকত-বৈষ্ণৱে অংশগ্রহণ কৰিব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিছে। অধিৱেশন সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ১৭ খন উপ সমিতিৰ বিষয়ববীয়াই দিনে নিশাই ব্যস্ত হৈ আছে। আজি দিনত এই অধিৱেশনৰ প্ৰতিনিধি শিবিৰ মুকলি কৰা হ'ব। কাইলৈ প্রতিনিধি সভাৰ লগতে কার্যনির্বাহক সভা অনুষ্ঠিত হ'ব। পৰহিলৈ পুৱা ভাগৱত শোভাযাত্ৰাৰ লগ...