November 13, 2024 6:14 PM

views 43

কাইলৈৰ পৰা ওড়িষাৰ ভূৱনেশ্বৰত দুদিনীয়া চিন্তন শিবিৰৰ আয়োজন

কেন্দ্ৰীয় চৰকাৰে নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি মন্ত্ৰালয়ে কাইলৈৰ পৰা ওড়িষাৰ ভূৱনেশ্বৰত দুদিনীয়া চিন্তন শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰত ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তি উৎপাদনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ'ব পৰাকৈ কৌশল গ্রহণ কৰা তথা ২০৪৭ চনৰ ভিতৰত এহেজাৰ ৮০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰ সৈতে জড়িত বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হ'ব। নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই অনুষ্ঠান উদ্বোধন কৰিব। এই দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ য়েছো নায়ক আৰু ওড়িষা...