November 2, 2026 11:13 AM

views 6

ধেমাজিত অনুষ্ঠিত চতুর্থ মিচিং ক্রীড়া মহোৎসৱৰ সামৰণি

মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন TMPK-ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আয়োজিত চতুৰ্থ মিচিং ক্রীড়া মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল-পথাৰত বৰ্ণিল সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ২৯ অক্টোবৰৰ পৰা অনুষ্ঠিত এই ক্রীড়া মহোৎসৱত ৰাজ্যৰ বিভিন্ন জিলাৰ ৩ সহস্রাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত অলিম্পিক পদক বিজয়ী বিজেন্দ্র সিং, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, নৱ কুমাৰ দলেকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপ...