July 16, 2026 12:06 PM

views 21

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালয়ান বাঁহ বাদুলীৰ উপস্থিতি নথিভুক্ত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞানভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালয়ান বাঁহ বাদুলীৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাবনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাললৈ বুলি নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলীৰ বৈচিত্র্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ অক্ষয় কুমাৰ হালৈ আৰু ছাত্ৰ যুগল কিশোৰ তালুকদাৰৰ গৱেষণাত গোৱালপাৰাৰ শিলুক অঞ্চলত এই বাদুলীৰ উপস্থিতি প্রমাণিত হয়। এই নতুন নথিভুক্তিৰ ফলত অসমত জ...

December 30, 2025 6:55 PM

views 52

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰায় ৫৩ কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভৱন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আৱাসিক ভৱনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকে। ১৯৫৫ চনৰ ১৬ আগষ্টত স্থাপিত পা...

December 29, 2025 7:57 PM

views 48

অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি

অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে বজালীৰ বানে গৰকা মেধিকুছি গাঁৱত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। বজালীৰ প্ৰবাদপুৰুষ তথা অসমীয়া গদ্য সাহিত্যৰ জনক, ভট্টদেৱ নামেৰে সর্বজনবিদিত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদ নতুন ৰূপত সজাই তোলা হৈছে। কাইলৈ বিয়লি ২:৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই বিশ্ববিদ্যালয়খনৰ নতুন চৌহদটো মুকলি কৰিব। ১৯৫৫ চনৰ ১৬ আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক পূৰ্বৰ মুখ্যমন্ত্ৰী...