June 14, 2026 6:06 PM

views 30

কলম্বোত ৫ হাজাৰৰো অধিক শিল্পীয়ে একেলগে ভাৰতনাট্যম প্রদর্শনেৰে গীনিজ বিশ্ব অভিলেখ স্থাপন কৰে

শ্রীলংকাৰ ৰাজধানী কলম্বোত আজি ৫ হাজাৰৰো অধিক শিল্পীয়ে একেলগে ভাৰতনাট্যম প্রদর্শন কৰি গীনিজ বিশ্ব অভিলেখ স্থাপন কৰে। এয়া হৈছে আজি পর্যন্ত আটাইতকৈ বেছি সংখ্যক শিল্পীয়ে ভাৰতনাট্যম প্ৰদৰ্শন কৰাৰ অনুষ্ঠান। ভাৰতৰ সংগমম গ্ল'বেল একাডেমী আৰু শ্রীলংকাৰ সমগমিঝ লিয়াৰ যৌথ উদ্যোগত কলম্বোৰ গালে ফেচত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ভাৰত-শ্রীলংকাৰ লগতে আন কেইবাখনো দেশৰ নৃত্যশিল্পীয়ে ভাৰতীয় ধ্রুপদী নৃত্য আৰু সাংস্কৃতিক ঐতিহ্য প্রদর্শন কৰে। অংশগ্রহণকাৰীসকলে আকর্ষণীয় পৰম্পৰাগত সাজ-সজ্জাৰে গুৰুৰ নির্দেশনাত নৃত্...