February 20, 2025 12:22 PM

views 43

বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শ‍ইকীয়াৰ আজি ওপজা দিন

বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। অনুভূতি সম্পন্ন আৰু মননশীল ৰচনাৰে অনুৰাগীসকলক আলোড়িত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা শ‍ইকীয়াৰ পৰিচালিত ৮ খন চলচ্চিত্ৰৰ ভিতৰত ভবেন্দ্ৰ নাথ শ‍ইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শং...