September 21, 2025 7:28 PM

views 84

জনতাৰ শিল্পী জুবিন গাৰ্গক দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বিৰল প্ৰতিভাসম্পন্ন শিল্পী, একাধিক প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। জুবিন গাৰ্গৰ বিয়োগত আজিও দেশৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। মুম্বাইত ভালেসংখ্যক শিল্পীয়ে আজি জুবিনক গানেৰে শ্ৰদ্ধা জনায়। কলকাতাতো অসংখ্য শিল্পীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্রিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলাৰ মাকুমত আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সমদল উলিওৱা হয়। দৰং জি...

September 21, 2025 7:16 PM

views 58

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজ্যৰ অনুৰাগীসকলৰ অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন

অন্তিম শয়নত ঢলি পৰা গীতৰ জ্যোতিষ্ক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যৰ অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰে। ৰাজ্যৰ সংগীত ক্ষেত্ৰত সুবৃহৎ ক্ষতৰ সৃষ্টি কৰি আকষ্মিকভাৱে আঁতৰি যোৱা জনতাৰ শিল্পী জুবিন গাৰ্গক অন্তিম বাৰৰ বাবে আজি পুৱা প্ৰায় চাৰে ৬ বজাত অসমভূমিলৈ লৈ অহাৰ পাছত অভূতপূৰ্ব জনসমাগমে শিল্পীগৰাকীক বাসগৃহলৈ লৈ আহে। বাসগৃহত পৰিয়ালৰ সদস্যসকলে শেষ শ্রদ্ধা জনোৱাৰ পাছত তেওঁৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত গুণমুগ্ধসকলৰ শেষ দৰ্শনৰ বাবে ৰখা হয়। জনসাধাৰণে ...