July 2, 2026 6:02 PM
5
বেংগালুৰুৰ দক্ষিণ তালুকৰ মাদাপাট্না গাঁৱৰ এটা শিলৰ কুৱেৰীত আজি সংঘটিত দুৰ্ঘটনাৰ ফলত ৭জন শ্রমিকৰ মৃত্যু
বেংগালুৰুৰ দক্ষিণ তালুকৰ মাদাপাট্না গাঁৱৰ এটা শিলৰ কুৱেৰীত আজি সংঘটিত দুৰ্ঘটনাৰ ফলত ৭জন শ্রমিকৰ মৃত্যু হয়। কুৱেৰীটোৰ ওপৰৰ অংশৰ পৰা এটা বৃহৎ শিল আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে শিলটো কুৱেৰীৰ তলৰ অংশত কাম কৰি থকা শ্রমিককেইজনৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে আৰু কুৱেৰীটোৰ মালিকৰ সন্ধান অব্যাহত ৰাখিছে। কৰ্ণাটকৰ উপ- মুখ্যমন্ত্ৰী ড০ জি পৰমেশ্বৰে এই ঘটনাক লৈ শোক প্রকাশ কৰিছে। তেওঁ শ্ৰমিকসকলৰ সুৰক্ষ...