July 24, 2026 7:20 PM

views 5

২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত বজালীত চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱক আদৰণি বজালী জিলা বিজেপিৰ

অসম চৰকাৰৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত বজালী জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে ৫০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱক আদৰণি জনাই আজি পাঠশালাত বজালী জিলা বিজেপিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদমেলত জিলা বিজেপিৰ সভাপতি মুকুট কলিতাই ৰাজ্যিক বাজেটক জনকল্যাণমুখী, উন্নয়নমুখী আৰু দূৰদৰ্শী বাজেট বুলি অভিহিত কৰে।  তেওঁ কয় যে বজালীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তই সমগ্ৰ নামনি অসমৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। তেওঁ লগ...