September 23, 2026 7:49 PM

views 9

ৰাজ্যৰ বিভিন্ন ঠাইত একাদশ ৰাষ্ট্রীয় আয়ুর্বেদ দিৱস পালন

ৰাজ্যৰ বিভিন্ন ঠাইত আজি একাদশ ৰাষ্ট্রীয় আয়ুর্বেদ দিৱস পালন কৰা হয়। পাঁচ হাজাৰ বছৰ পুৰণি আয়ুর্বেদ চিকিৎসা ব্যবস্থাক ভাৰতে প্ৰমাণ আধাৰিত বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে দৈনন্দিন তথা আধুনিক স্বাস্থ্য সেৱাৰ অংশ হিচাপে গঢ়ি তুলিছে। আয়ুর্বেদ দিবস উদযাপনৰ লক্ষ্য হৈছে স্বাস্থ্য খণ্ডৰ গোলকীয় পর্যায়ত প্ৰসাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী গঢ়ি তোলাত সহায় হোৱাকৈ আয়ুৰ্বেদৰ সম্ভাৱনীয়তাৰ অন্বেষণ, আয়ুৰ্বেদৰ অনন্য শক্তিক চিনাক্ত কৰা তথা উদ্ভিদ, প্রাণী আৰু পৰিবেশৰ লগতে মানৱৰ স্বাস্থ্য সুৰ...