November 9, 2026 1:01 PM

views 6

মিচিং স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ কাইলৈ অন্তিম দিন

মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ কাইলৈ অন্তিম দিন। আজিও বহু প্রার্থীয়ে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৪০ খন আসনৰ ভিতৰত ধেমাজি জিলাত ১৭ খন আসনত মুঠ ২ লাখ ৪৫ হাজাৰ ২১৯ গৰাকী মিচিং ভোটাৰ আছে। মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এইবাৰ কোনোধৰণৰ দলীয় প্রতীক নাথাকে। পঞ্চায়ত নিৰ্বাচনৰ দৰেই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ১২ নৱেম্বৰত মনোনয়ন পত্র সমূহ পৰীক...