September 7, 2026 8:03 PM

views 6

পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াৰে মন্ত্রী অতুল বৰাৰ বৈঠক

পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি মন্ত্রী অতুল বৰাই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ কামকাজৰ লগতে কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাসমূহক আঁচনিসমূহ ৰূপায়ণৰ স্থিতিৰ সন্দৰ্ভত পর্যালোচনা কৰে। বৈঠকত VB-G RAM-G আৰু প্রধানমন্ত্রী আবাস যোজনা গ্রামীণকে ধৰি গুৰুত্বপূৰ্ণ আঁচনিৰ জিলা ভিত্তিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে স্বচ্ছ আৰু ফলপ্রসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে ...