July 16, 2026 11:34 AM

views 14

আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সকলো বিধায়ক- বিধায়িকাক আহ্বান মুখ্যমন্ত্রীৰ

বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধান সভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয়, যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ সকলো বিধায়ক- বিধায়িকাক আহ্বান জনায়। অ...