July 9, 2026 7:52 PM

views 6

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুর্থ দিনা ৬খন গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুর্থ দিনা ৬খন গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া প্রতিষ্ঠান বিধেয়ক-২০২৬, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক-২০২৬, অসম পৰ্য্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জন-বিশ্বাস বিধেয়ক-২০২৬ আৰু অসম দোকান-প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। বিত্ত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কাইলৈ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ প্ৰথমখন পূর্ণাঙ্গ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধা...