February 2, 2025 11:44 AM

views 107

কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৰ্হিঃ বিভাগ সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত ২০২৯ চনলৈ মুঠ ২৪ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ লগতে নতুনকৈ দৰং, হোজাই আৰু হাইলাকান্দিত চিকিৎসা মহাবিদ্যালয়ৰ বাবে বাজেটত ধন আৱণ্টন কৰা হ’ব। তেওঁ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা ব...